X
X

Fact Check : ৰাহুল গান্ধীৰ ফটো বিকৃতকৰণ, প্ৰকৃত ফটোত নাছিল মোগল বাদশ্বাহ, আছিল মহাত্মা গান্ধী

উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰতিপন্ন হৈছে। ৰাহুল গান্ধীৰ চকীৰ পিছফালে প্ৰকৃততে মহাত্মা গান্ধীৰহে ছবি আছিল। ইয়াক সম্পাদনা কৰি মোগল বাদশ্বাহ বাবৰৰ ফটো লগোৱা হৈছে।

নতুন দিল্লী (Vishvas News)। ছ’চিয়েল মিডিয়াত পুনৰ এবাৰ কংগ্ৰেছ মুখ্য কাৰ্যালয়ৰ ভুৱা ফটো ভাইৰেল হোৱাৰ খবৰ পোহৰলৈ আনিছে বিশ্বাস নিউজে। এই ভাইৰেল ফটোখনত দাবী কৰা হৈছে যে ৰাহুল গান্ধীৰ চকীৰ পিছফালে মোগল বাদশ্বাহ বাবৰৰ এখন ফটো আঁৰি থোৱা হৈছে।

বিশ্বাস নিউজে এই ভাইৰেল পোষ্টটোৰ তদন্ত আৰম্ভ কৰি জানিব পাৰে যে প্ৰকৃত ছবি এখন বিকৃত কৰি এনে এক ৰূপ দিয়া হৈছে। প্ৰকৃত ফটোখনত ৰাহুল গান্ধীৰ পিছফালৰ ফটোখনত মহাত্মা গান্ধীৰ ফটোহে আছে, বাবৰৰ নহয়। আমাৰ অনুসন্ধানত এই ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰতিপন্ন হৈছে। উল্লেখ্য যে এই ফটোখন ইয়াৰ পূৰ্বেও বহুবাৰ ভাইৰেল হৈছিল। বিশ্বাস নিউজে বিগত ১৯ এপ্ৰিল ২০১৯ তাৰিখেও এনে আন এক ভাইৰেল ফটোৰ অনুসন্ধান সম্পন্ন কৰিছিল।

কি এই ভাইৰেল পোষ্ট

ফে’চবুক ইউজাৰ সৰলা মুণ্ড্ৰাই ২৩ ফেব্ৰুৱাৰী তাৰিখে এটা পোষ্ট কৰিছিল। এই পোষ্টটোত লিখিছিল, “কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত ৰাহুল গান্ধী বহি থকা আসনৰ পিছফালে আৰি থোৱা ফটোখন ৰাম-কৃষ্ণ বা গান্ধীৰ নহয়, সেয়া মোগল বাদশ্বাহ বাবৰৰ, গতিকে আপোনালোকে এতিয়া বুজি পাইছেই যে কংগ্ৰেছে কিয় ৰাম মন্দিৰৰ বিৰোধিতা কৰে।’

ইয়াত ফে’চবুক পোষ্টটোৰ অবিকল অনুবাদ উল্লেখ কৰা হৈছে। এই পোষ্ট টোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব। ফে’চবুকৰ উপৰিও এই পোষ্টটো হোৱাটছএপ্পতো ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে।

অনুসন্ধান

বিশ্বাস নিউজে এই ভাইৰেল পোষ্টটোৰ সত্যতা জানিবৰ বাবে সৰ্বপ্ৰথমে গুগল ৰিভাৰ্ছ ইমেজ টুলৰ সহায় লয়। ভাইৰেল ফটোখন বিচাৰিবলৈ ললো তেতিয়াই আমি ইণ্ডিয়া টুডে ৰ ৱেবছাইটত থকা এটা বাতৰিৰ লৈতে এই ভাইৰেল ফটোখনৰ প্ৰকৃত ফটোখন লাভ কৰো।

৫ ডিচেম্বৰ ২০১৭ তাৰিখে প্ৰকাশিত এই ফটোখনত কোনো মোগল বাদশ্বাহ নহয়, বৰঞ্চ মহাত্মা গান্ধীৰহে ফটো দেখা গৈছে। অৰ্থাৎ এই কথা স্পষ্ট যে প্ৰকৃত ফটোখন সম্পাদনা সঁজুলিৰ সহায়ত বিকৃত কৰি মোগল বাদশ্বাহ বাবৰৰ ফটো ইয়াত লগোৱা হৈছে। উল্লেখ্য যে ৰাহুল গান্ধীয়ে কংগ্ৰেছ অধ্যক্ষ পদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰি থকা সময়ত এই প্ৰকৃত ফটোখন তোলা হৈছিল। প্ৰকৃত ফটোখন আপোনালোকে ইয়াত চাব পাৰিব।

অনুসন্ধানৰ পৰৱৰ্তী পৰ্যায়ত বিশ্বাস নিউজে কংগ্ৰেছ দলৰ সৈতে যোগাযোগ স্থাপন কৰে। দলৰ মিডিয়া তত্বাৱধায়ক সঞ্জীৱ সিং-এ আমাক জানিবলৈ দিয়ে যে এই মোগল বাদশ্বাহ থকা ফটোখন সম্পূৰ্ণৰূপে বিকৃতকৃত ফটো আৰু এয়া ভুৱা। প্ৰকৃত ফটোখনত মহাত্মা গান্ধীহে আছে।

ইয়াৰ পিছতে আমি এই ভাইৰেল ফটো শ্বেয়াৰ কৰা ফে’চবুক ইউজাৰ সৰলা মুণ্ড্ৰাৰ ফে’চবুক একাউণ্ট স্কেন কৰাত জানিব পাৰো যে এইগৰাকী ইউজাৰ বাপী নিবাসী। অৱশ্যে এই একাউণ্টটো আমি লক হৈ থকা দেখিবলৈ পাও। যাৰ বাবে ইয়াতকৈ অধিক তথ্য লাভ কৰিবলৈ সক্ষম নহলো।

নিষ্কৰ্ষঃ উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰতিপন্ন হৈছে। ৰাহুল গান্ধীৰ চকীৰ পিছফালে প্ৰকৃততে মহাত্মা গান্ধীৰহে ছবি আছিল। ইয়াক সম্পাদনা কৰি মোগল বাদশ্বাহ বাবৰৰ ফটো লগোৱা হৈছে।

  • Claim Review : কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত ৰাহুল গান্ধী বহি থকা আসনৰ পিছফালে আৰি থোৱা ফটোখন ৰাম-কৃষ্ণ বা গান্ধীৰ নহয়, সেয়া মোগল বাদশ্বাহ বাবৰৰ, গতিকে আপোনালোকে এতিয়া বুজি পাইছেই যে কংগ্ৰেছে কিয় ৰাম মন্দিৰৰ বিৰোধিতা কৰে
  • Claimed By : FitShSpoencsSbaSruSaofry r2ded3ShS · Altered Photo Independent fact-checkers say this information could mislead people Comments Ashok Kanani Jay shree ram · Share · 4w Gopal Singla media1.tenor.co MEDIA1.TENOR.CO media1.tenor.co media1.tenor.co · Share · 4w Niraj Singh KuShWaH Rahul to miya h · Share · 4w Kiran Asha · Share · 4w कालूराम कालूराम गुर्जर · Share · 4w कालूराम कालूराम गुर्जर · Share · 4w कालूराम कालूराम गुर्जर · Share · 4w Sunil Choudhary जय श्री राम · Share · 4w Mahesh Joshi Ab to bjp ka raj hy uthake baher feko kaminoko · Share · 4w Prabhat Sharma Hindu ke nam p kallank hai ye · Share · 4w Dattaprasad Godbole हरामी कठमूलला कांग्रस और पपु।का खानदान । · Share · 4w Brij Bhushan Congress aap ko bar bar dikhati hai main Meri Bahan Meri Man Mera jija sab Mugalai soch ke Hain · Share · 4w Anil Garg ये दोगले हेै। ढोंग हिन्दू होने का और दिल में इस्लाम। · Share · 4w Subhash Jain Congi’s r deshdrohi · Share · 4w Raavindra Thakre जय जय जय जय श्री राम · Share · 4w Jeetu Pareek Congress kutta party hai jai shree ram · Share · 4w Uttam Samanta Deshdrohi · Share · 4w A K Sharma Kumar Mia · Share · 4w Mahesh Kashyap Ye Hindu nhi h · Share · 4w Ram Deo Mishra दोगलों की जमात है। · Share · 4w Sunil Sambyal Tipu sultan ke avlad · Share · 4w Chiranji Kumawat इसमें आश्चर्य वाली कौनसी बात है हुकूम ? राहुल खान अपने पूर्वज की ही तो फोटो लगायेगा । रामजी और गांधी जी की कैसे लगायेगा ?… See More · Share · 4w Vinay Srivastava Haramkhor · Share · 4w Sureshatre Atre खतरनाक · Share · 4w Sushobhana Gupta · Share · 4w Harshad Gosai Gaddar ki ollad · Share · 4w Vikram Kumar Sharma Terrorists hai Ese phasi do · Share · 4w Suveera Gupta मुल्ले है ये · Share · 4w Kishor D. Patil इनको निकालो देश से साले नाक मे दम करके रखा फर्जी खानदान … See More · Share · 4w Krishan Khullar Congress ka baap hai Babar · Share · 4w O Ashaman O Ashaman Cogress.gandhi.khandani.ban. Kro.nrc.thoko.bhagye.only.we.support.r.bharat.modi.yogi · Share · 4w Kamesh Kumar Gaddder · Share · 4w Birender Kumar Kawalia Gaddar · Share · 4w Vishal Wishwakarma Harami salo · Share · 4w Satish Khanna Gaddarhai · Share · 4w Jitesh Mali Des drohi Congress · Share · 4w Vinod Bajpai DOGLA · Share · 4w Sonu Sharma कांग्रेस आतंकी पार्टी है · Share · 4w Ramesh Chander खतरनाक · Share · 3w Ramesh Chander JAGO DESHBHAKT JAGO MODI JI KA HATH MAJBOOT KARO OR BHARAT KO VISAVGURU BANAO · Share · 3w Related Articles About Welcome to Republic Bharat Official group invite your friends and family join this group Public Anyone can see who's in the group and what they post. Visible Anyone can find this group. General Group Sarla Mundra Housewife Lives in Vapi
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later