X
X

তথ্য পৰীক্ষাঃ 2016 ৰ অন্ধ্ৰপ্ৰদেশৰ বানপানীৰ ফটো অসমৰ 2019ৰ বানপানী বুলি ছেয়াৰ কৰিছে |

  • By: Abhishek Parashar
  • Published: Aug 9, 2019 at 07:03 PM
  • Updated: Sep 10, 2020 at 03:53 PM

চছিয়েল মিডিয়াত এজন মানুহে শিশু এটিক মুৰত তুলি নিয়া এখন ছবি ভাইৰেল হৈছে | মানুহ জন কান্ধলৈকে পানীত ডুবা, এই ভাইৰেল হোৱা ফটোখন 2019 চনৰ 14 জুলাইৰ  ,অসমৰ বানপানীৰ বুলি জনোৱা হৈছে |

দাবী

এজন মানুহৰ শৰীৰৰ অৰ্ধেক অংশ পানীত ডুব গৈ আছে আৰু তেওঁৰ কান্ধৰ ওপৰত এটি শিশুক কঢ়িয়াই নিয়া দেখুৱা এটা পোষ্ট মিডিয়াত ঘূৰি ফুৰিছে | এই ভাইৰেল ফটোখনৰ সৈতে জনোৱা হৈছেঃ “অসমৰ বানপানীত এজন মানুহে তুলি নিয়ে এটি শিশু | অসমৰ বাবে প্ৰাৰ্থনা কৰক |” পোষ্টটো ফেচবুকত ছেয়াৰ কৰিছে 2019 চনৰ জুলাই মাহৰ 14 তাৰিখে |

তথ্যৰ পৰীক্ষণ

বিশ্বাস নিউজে গুগুল ৰিভাৰ্জ ইমেজত ভাইৰেল এই ফটোৰ  অনুসন্ধান আৰম্ভ কৰিলে | আমি এই গুগুলত এই ফটোৰ ওপৰত একাধিক ৰিপোৰ্ট দেখিবলৈ পালোঁ |

টাইম ফিল্টাৰ ব্যৱহাৰ কৰি আৰু অলপ অনুসন্ধান কৰাৰ পাচত আমি ডেইলি মেইলত এটা আৰ্টিকোল পালো |

 আৰ্টিকোল 2016 চনৰ 19 চেপ্তেম্বৰ তাৰিখৰ, হেড লাইনঃ ভাৰতৰ অসহায় পিতৃয়ে দুঘন্টা ধৰি পানী ফালি অসুস্থ্য কন্যা সন্তানটিক ‘মুৰৰ’ ওপৰত  লৈ হস্পিতাললৈ গৈছে |

উপসংহাৰ

2019 ৰ অসমৰ বানপানীৰ ফটো বুলি জনাই থকা ফটো খন প্ৰকৃততে 2016 ৰ অন্ধ্ৰ প্ৰদেশৰ বানপানীৰ হে |

জানক পোৰা সত্য

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাতচাপ নাম্বাৰত 9205270923. আমালৈ মেচেজ পঠাব পাৰে. কপিৰাইট@2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ.

  • Claim Review : A man carrying a baby in Assam flood. Pray for Assam
  • Claimed By : FB User-Silchar Diary
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later